জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি বানিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান সমুহে।শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলি, কেন্দ্ৰীয় বজাৰ কে আদিকৰি বিভিন্ন অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থকা ঘৰুৱা চিলিণ্ডাৰ সমুহ জব্দ কৰিছে শিৱসাগৰ পৌৰসভাই। জিখলা প্ৰশাসনৰ নিৰ্দৃশ মৰ্মে এনেধৰণে ঘৰুৱা চিলিণ্ডাৰ সমুহ জব্দ কৰা।হৈছে।উল্লেখযোগ্য যে বিগত কেইবাটাও দিনধৰি চিলিণ্ডাৰ বিস্ফোৰণকে আদি কৰি অগ্নিকাণ্ড সংঘটিত হৈছে নগৰৰ বিভিন্ন স্থানত ।ইয়াৰ পিছতেই দেখা গৈছেএইতৎপৰতা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাজিৰাত পুৰণা পেঞ্চন আঁচনি কাৰ্যকৰী কৰাৰ দাবীত কৰ্মচাৰীৰ কৰ্মবিৰতি
সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণা পেঞ্চন আঁচনি কাৰ্যকৰী কৰাৰ...
6000mAh की बैटरी और दमदार कैमरा के साथ लॉन्च हुआ Samsung Galaxy M15 5G, मिलते हैं कई खास फीचर्स
Samsung ने हाल ही में अपने कस्टमर्स के लिए दो नए M सीरीज के स्मार्टफोन को लॉन्च किया गया है। इन...
મધ્યાહ્ન ભોજનના કર્મચારીઓનો વિરોધ
#buletinindia #gujarat #morbi