তিতাবৰৰ মেলামাটি ডাকঘৰত নাই এজনো স্থায়ী পিয়ন, জাৰফালত ৰাইজে ডাকঘৰলৈ নিজৰ কাম লোকচান কৰি আহি বিচাৰিব লগা হয় ডাকযোগে অহা গুৰুত্বপূৰ্ণ নথি পত্ৰ ।।

কিছুদিনৰ পূৰ্বে ডাকঘৰত এজন অস্থায়ী ডাকোৱাল নিয়োজিত হৈ আছিল যদিও বিভাগীয় কিছু কাৰণত তেখেতেক আঁতৰাই ৰখা হৈছে জাৰবাবে এতিয়া অঞ্চলটোত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ।।