📌2 জুনত মুক্তি লাভ কৰিবলগীয়া বহু চৰ্চিত অসমীয়া চিনেমা 'শ্ৰী ৰঘপুতি' মুক্তিত ন্যায়ালয়ৰ বাধা৷

📌অনিৰ্দিষ্টকালৰ বাবে চিনেমাখন মুক্তিত বাধা প্ৰদান কৰিলে কামৰূপ ন্যায়াধীশ আদালতে।

📌পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তি উলংঘা কৰাৰ অভিযোগ৷

📌শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত তৰিছিল গোচৰ৷

📌আজি শুনানিৰ অন্তত ছবিখনি মুক্তিত বাধা প্ৰদান কৰে ন্যায়াধীশে৷