মহানগৰীৰ নেডফি হাউচত চুক্তি স্বাক্ষৰ অনুষ্ঠান। আই চি চি আৰু নেডফিৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন। North East ত বিনিয়োগৰ বাবে উমৈহতীয়া ভাবে কাম কৰিব ICC আৰু নেডফিয়ে। ICC ৰ অসম শাখাৰ অধ্যক্ষ শৰৎ কুমাৰ জৈন আৰু নেডফিৰ কাৰ্যবাহী সঞ্চালক এছ কে বৰুৱাই স্বাক্ষৰ কৰে চুক্তিত। চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত নেডফিৰ অধ্যক্ষ পি ভি এছ এল এন মূৰ্তি। লগতে উপস্থিত ICC ৰ কেবাজনো শীৰ্ষ বিষয়ববীয়া।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
India vs Bharat: Imran Pratapgarhi ने BJP, PM Modi को जमकर घेरा। Congress Rally। Nasik
India vs Bharat: Imran Pratapgarhi ने BJP, PM Modi को जमकर घेरा। Congress Rally। Nasik
মঙলদৈত 'ক্ৰিষ্টেল ভিজন'ৰ স্বাধীনতাৰ ৰক্তদান কাৰ্যসূচী।
স্বাধীনতা সংগ্ৰামী সকলৰ আত্ম বলিদান আৰু চৰম ত্যাগক স্বেচ্ছামূলক ৰক্তদানৰ জৰিয়তে যুগমীয়া কৰি...
दो दिन बाद 8 जिलों में तेज बारिश का अलर्ट:जयपुर, जोधपुर, कोटा, उदयपुर में बढ़ी गर्मी
राजस्थान में रिकॉर्ड तोड़ बारिश के बाद भी उमस खत्म नहीं हुई। बारिश का दौर थमने के बाद शहरों में...
હારીજ પોલીસે અમરતપુરા વિસ્તારમાં બાતમી ના આધારે રેડ કરી 68.600 મુદ્દા માલ સાથે એક ઈસમ ને પકડી પડ્યો
હારીજ પોલીસ પેટોલિંગ દરમ્યાન બાતમી ના આધારે અમરતપુરા વિસ્તારમાં રેડ કરી વિદેશી દારૂ ને એક્ટિવા...