মানকাচৰ বিদ্যুৎ বিভাগৰ আজব কাণ্ড।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিদ্যুৎতিক উপ সংমণ্ডলৰ অধীনস্থ সোণাপূৰ গাওঁৰ একাংশই বিদ্যুৎৰ বিল পৰিষদ নকৰাৰ বাবে গোটেই গাওঁৰ ৰাইজক বিদ্যুৎ সেৱাৰ পৰা বঞ্চতীত হব লগা হৈছে।