∆ ধুমুহাত দৰংৰ ছিপাঝাৰ আৰু পাৰ্শ্বৱৰ্তী এলেকাত বিস্তৰ ক্ষতিসাধন।

∆১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোগাযোগ প্ৰায় ব্যাহতll

∆পুনৰাই সুচল ব্যৱস্থাৰ বাবে সংশ্লিষ্ট বিভাগে অব্যাহত ৰাখিছে অভিযান।।

#Local News