নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত লৰমাবটাঁকুছিত অৱস্থিত শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটত আজি দিনৰ ভাগত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷উক্ত অভিনন্দন অনুষ্ঠানত শিক্ষানুষ্ঠান খনৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰ মৃগাংক ভট্টাচাৰ্যৰ লগতে এইবেলিৰ সকলো কৃতি শিক্ষাৰ্থীক অভিনন্দন জনাই৷তদুপলক্ষে নিকেতন পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত থাকি স্থানপ্ৰাপ্ত ছাত্ৰ মৃগাংকৰ লগতে সকলো কৃতিমান শিক্ষাৰ্থীকে অভিনন্দন জনাই৷আনহাতে সভাত সমাজকৰ্মী শৰৎ কলিতা,প্ৰমোদ কলিতা,নিকেতন প্ৰতিষ্ঠা কালৰ সম্পাদক দীননাথ কলিতা আদিকৰি কেইবাজনো আমন্ত্ৰিত বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷সভাত আদৰণি ভাষন দিয়ে প্ৰধানাচাৰ্য্য তিলক চন্দ্ৰ তালুকদাৰে৷সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন,সভাৰ উদ্দেশ্য আৰু প্ৰতিবেদন পাঠ কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মহেশ্বৰ ভট্টাচাৰ্যই৷আতধৰে আচাৰ্য দিপক শৰ্মা আৰু মনি দেৱীয়ে৷সভাৰ পূৰ্বে সাংসদ গৰাকীয়ে বিগত ২০২০ চনতে অনুমোদন দিয়া সাংসদ উন্নয়ন পুজিৰে নিৰ্মিত এটি শ্ৰেনী কোঠা উদ্বোধন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पंकजाताई मुंडे यांची एन्ट्री अन् फुलांची उधळण..
पंकजाताई मुंडे यांची एन्ट्री अन् फुलांची उधळण..
ಕಲಲಾಘಟ್ಟ ಗ್ರಾಮ ಪಂಚಾಯತಿಯು ಅವ್ಯವಹಾರಗಳ ಆಗರವಾಗಿದೆ ಎಂದು ಉಪಾಧ್ಯಕ್ಷರಾದ ಗಿರೀಶ್ ಅವರು ಅಯೋಪಿಸಿದರು.
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ನೆಲಮಂಗಲ ತಾಲೂಕಿನ ಕಲಲಾಘಟ್ಟ ಗ್ರಾಮ ಪಂಚಾಯತಿಯ ಉಪಾಧ್ಯಕ್ಷರಾದ...
તાલુકા કક્ષાનો રમત ગમત કાર્યક્રમ સંજેલી ખાતે યોજાયો
ભારત સરકાર ખેલ મંત્રાલય દ્વારા સંચાલિત નહેરુ યુવા કેન્દ્ર દ્વારા તાલુકા કક્ષાનો રમત ગમત...
Bajaj Chetak का किफायती वेरिएंट हुआ लॉन्च, केवल 96 हजार रुपये में मिलेगी 123 KM की रेंज
Bajaj Auto ने अब तक का सबसे किफायती चेतक लॉन्च किया है। रेंज के मामले में बजाज का दावा है कि ARAI...
टेंशन खत्म! बिना नेटवर्क के कर पाएंगे कॉल, मैसेज और UPI पेमेंट; BSNL ने किया कमाल
सरकारी कंपनी BSNL ने सैटेलाइट डायरेक्ट-टू-डिवाइस सर्विस लॉन्च की है। ऐसा करने के बाद वह भारत की...