🔴খাৰঘূলিত খোৱাপানী যোগান প্ৰকল্পৰ পাইপ বিস্ফোৰণৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ।

🔴জলবিস্ফোৰণত প্ৰাণ হেৰুওৱা সুমিত্ৰা ৰাভাৰ বাসগৃহত উপস্থিত হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।  

🔴ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতেও বাৰ্তালাপ কৰি ক্ষয়-ক্ষতিৰ বুজ লই মন্ত্ৰী অতুল বৰাই... 

#thevoiceofchariduar #NewsUpdate #TVC #LatestNews