ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে দেশত উদযাপন হ'ব আজাদী কা অমৃত মহোৎসৱ ৷ চৰকাৰৰ আহ্বান মৰ্মে দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো পালন কৰা হ'ব হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৷ টিংখাঙৰ ৰাজগড়ত " হৰ ঘৰ ত্ৰিৰংগা"ৰ সজাগতামূলক শোভাযাত্ৰা ৷ ৰাজগড় গাওঁ পঞ্চায়তৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা সংগঠনৰ সহযোগত টিংখাঙৰ ৰাজগড়ত কেইবাশতাধিক মহিলা আৰু NCC কেডাৰে এই সজাগতা মূলক ত্ৰিৰংগা পতাকা প্ৰদৰ্শন কৰি শুভাযাত্ৰা বাহিৰ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চিলাপথাৰৰ লিকাবালিৰ ২২ নং অসম আৰক্ষী বেটেলিয়নত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন
চিলাপথাৰৰ লিকাবালিৰ ২২ নং অসম আৰক্ষী বেটেলিয়নত শ্ৰীকৃষ্ণৰ জন্মঅষ্টমী উদ্ যাপন
SURENDRANAGAR : નવરાત્રીના પ્રારંભે કપાસની જાહેર હરાજી શરૂ
#BULETININDIA #GUJARAT #SURENDRANAGAR
2024 Bajaj Pulsar NS200, Pulsar NS160 और Pulsar NS125 एडवांंस फीचर्स के साथ लॉन्च, जानिए कीमत और स्पेसिफिकेशन
2024 Bajaj Pulsar NS200 Pulsar NS160 और Pulsar NS125 को टीज करने के बाद कंपनी ने इन्हे लॉन्च कर...
પાંથાવાડા નજીક બે ટ્રેલર ટકરાતાં યુવકનું મોત
દાંતીવાડા તાલુકાના પાંથાવાડા સ્ટેટ હાઇવે પર રામદેવ હોટલની પાસે વહેલી સવારે રાજસ્થાન તરફથી અને...
मतगणना से पहले कांग्रेस अलर्ट मोड़ पर,कर ली है देशभर में ये बड़ी तैयारी
लोकसभा चुनाव में वोटिंग के रियल टाइम और अंतिम आंकड़ों को लेकर मचे घमासान के बीच कांग्रेस अलर्ट हो...