২৮ জুলাই পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছৰ আজি অন্তিমটো দিন। বাৰ্মিংহামত ১১ দিনীয়াকৈ অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শনে মন মুহিছে দৰ্শকক। এতিয়া লৈ ভাৰতে মুঠ ৫৫টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৮ টা সোণ, ১৫ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰ পদকেৰে ৫ম স্থানত থাকিবলৈ সক্ষম হৈছে ভাৰত।উল্লেখ্য যে অন্তিম দিনাৰ খেলত ভাৰতৰ পদক ৬টালৈ বৃ্দ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি অৰ্থাৎ ৮ আগষ্টৰ দিনৰ ১.২০ বজাত বেডমিন্টনৰ ফাইনেল প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পি ভি সিন্ধু। আনহাতে পুৰুষৰ বেডমিন্টনত ফাইনেল খেলিব লক্ষ্য সেনে।ইয়াৰ উপৰিও পুৰুষৰ হকীৰ ফাইনেল খেল আবেলি ৫ বজাৰ পৰা আৰম্ভ হ’ব। বাৰ্মিংহামত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ কমনৱেলথ গেমছত পদকৰ তালিকাৰ শীৰ্ষ স্থানত আছে অষ্ট্ৰেলিয়া। ৬৬ টা সোণ, ৫৫ টা ৰূপ আৰু ৫৩ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৭৪ টা পদক লাভ কৰি তালিকাৰ শীৰ্ষত স্থান বৰ্তাই ৰাখিছে অষ্ট্ৰেলিয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণৰ বাল্য বিকাশ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সকলক লৈ ভুঁই ৰোৱাৰ আয়োজন
ৰাজ্যৰ বিদ্যালয় সমূহ এতিয়াও কি ভাষাত ছাত্ৰ ছাত্ৰীক পাঠ দান কৰিব তাক লৈ বিতৰ্কৰ চলি...
अंबादास दानवे यांना विरोधी पक्षनेत्याच्या खुर्चीवर खूप दिवस बसू द्यायचे नाही !- उद्धव ठाकरे यांचे सूचक वक्तव्य
मुंबई :- २३ ऑ. (दीपक परेराव) अंबादास दानवे यांना विरोधी पक्षनेत्याच्या खुर्चीवर खूप दिवस बसू...
કુતિયાણા વિધાનસભામાંથી કાંધલભાઈ જાડેજાએ એનસીપીમાંથી ફોર્મ ભર્યું આપી પ્રતિક્રિયા
કુતિયાણા વિધાનસભામાંથી કાંધલભાઈ જાડેજાએ એનસીપીમાંથી ફોર્મ ભર્યું આપી પ્રતિક્રિયા
AAP Leader sanjaysingh @MIT World Peace University 12th indian student parliament #sanjaysingh #aap
AAP Leader sanjaysingh @MIT World Peace University 12th indian student parliament #sanjaysingh #aap
সাপেখাটি বৰুৱাচালিত চাওতাল ছাত্ৰসন্থাৰ উদ্যোগত ২০ সংখ্যক চাওতালী ভাষা মান্যতা দিৱস (জিৎকাৰ মাঁহা ) উদ্যাপন।
সদৌ চাওতাল ছাত্ৰসন্থা বৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৰহাট আঞ্চলিক মাঝি মণ্ডল আৰু চাওতাল মহিলা...