"এক বৃক্ষ দশ পুত্ৰ সম" ৰঙাপৰা মহাবিদ্যালয়ত বৃক্ষৰোপন কাৰ্য্যসূচী । মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে বিভিন্ন অনুস্থান , প্ৰতিস্থান , ৰাজহুৱা স্হান , চৌহদ আদি ঠাইত সেউজী ধৰনী নিৰ্মান কৰাৰ লক্ষৰে আৰম্ভ কৰিছে বৃক্ষ ৰূপন কাৰ্যসূচী । এই কাৰ্যসূচী অংশ ৰূপে আজি ৰঙাপৰা মহাবিদ্যালয়ত ১০৪ জোপা ৰঙা চন্দন ৰূপন কৰা হয় ।