ডিব্ৰুগড় জিলাৰ বামুণবাৰী আৰক্ষীয়ে স্বাধীনতা দিৱসৰ পূৰ্বে অবৈধ চুল্লাইৰ বিৰুদ্ধে অভিযান ছলায । আজি বামুনবাৰী আৰক্ষী চৌকিৰ অন্তৰ্গত ঠেংগাল গাঁৱত অভিযান ছলায । আৰক্ষী চৌকিৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ গাযনৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে ঠেংগাল গাঁৱৰ কুম্ভেশ্বৰ তামুলীৰ ঘৰত অভিযান চলাই প্ৰস্তুত চুলাই আৰু চুলাই তৈয়াৰ কৰাৰ সামগ্ৰী নছট কৰে। শ্ৰী গাইঙে গাওঁখনৰ আন ঠাইতো অভিযান ছলায় যদিও চুলাই নাপায়। অভিযানৰ সময়ত, আৰক্ষীয়ে চুলাইৰ ব্যৱসায় কৰি থকা লোকসকলক সতৰ্ক কৰি দিয়ে যাতে তেওঁলোকে পুনৰ এনে অবৈধ ব্যৱসায় নকৰে।