আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটৰ ছাত্ৰ মৃগাংক ভট্টাচাৰ্যই ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান পাই শিক্ষানুষ্ঠান খনৰ লগতে অঞ্চলটোলৈ সুুনাম কঢ়িয়াই আনে৷মৃগাংক বৰখালা নিবাসী তথা বৰখালা যোগেশ্বৰী দৰ্শন বিদ্যালয়ৰ শিক্ষক দিলীপ কুমাৰ ভট্টাচাৰ্য আৰু নৱনীতা দেৱীৰ কনিষ্ঠ পুত্ৰ৷আজি ফলাফল ঘোষণাৰ পিচতে বিদ্যালয় খনত আনন্দৰ জোৱাৰ উঠে৷বিদ্যালয়ৰ ছাত্ৰছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী তথা একাংশ অভিভাৱক ও হিতাকাংক্ষীয়ে ফটকা ফুটাই,ফাকু খেলি আনন্দ কৰা দেখা যায়৷আনহাতে কৃতি ছাত্ৰজনক লৈ এটি আকৰ্ষনীয় শোভাযাত্ৰা উলিয়াই আনন্দ প্ৰকাশ কৰে৷উল্লেখযোগ্য যে বিদ্যালয় খনত এইবেলি ৫৬ গৰাকী পৰীক্ষাৰ্থীৰ আতাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈ এশ শতাংশই উত্তীৰ্ণৰ ধাৰাবাহিকতাা অক্ষুণ্ণ ৰাখে৷ইয়াৰোপৰি বিদ্যালয় খনৰ পৰা পূৰ্বে আন তিনি পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিছিল৷আনহাতে বিগত ২০০৯ চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰছাত্ৰী অৱতীৰ্ণ হৈ তেতিয়াৰে পৰা এশ শতাংশ উত্তীৰ্ণৰ ধাৰা আজি পৰ্য্যন্ত অব্যাহত থকাত সচেতন ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બજાણા ગામના પુલ પાસે આઈસર અને ટ્રેલર વચ્ચે અકસ્માત
બજાણા ગામના પુલ પાસે આઈસર અને ટ્રેલર વચ્ચે અકસ્માત
Heavy Rain In Mumbai: रात भर लगातार बारिश से बेहाल हुई मुंबई, नदियों में तब्दील हुईं सड़कें | IMD
Heavy Rain In Mumbai: रात भर लगातार बारिश से बेहाल हुई मुंबई, नदियों में तब्दील हुईं सड़कें | IMD
ચોમાસા વિષે અંબાલાલ પટેલની આગાહીઃ જો સાનુકૂળ સ્થિતિ રહી તો સારો વરસાદ થવાની સંભાવના, #news#
ચોમાસા વિષે અંબાલાલ પટેલની આગાહીઃ જો સાનુકૂળ સ્થિતિ રહી તો સારો વરસાદ થવાની સંભાવના, #news#
নাজিৰা মহকুমাত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন
ঐক্যবদ্ধ ভাৰতৰ অন্যতম খনিকৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশৰ...
iOS 18 Beta 5: Apple ने डेवलपर्स के लिए नया बीटा अपडेट किया रिलीज, ब्राउजिंग का बदल जाएगा अंदाज
टेक कंपनी एपल ने कुछ हफ्तों पहले ही iOS 18 beta 4 अपडेट रिलीज किया था। इसी कड़ी में डेवलपर्स के...