আগন্তুক লোক সভাৰ বাবে সম্পূৰ্ণ সাজু আম আদমী পাৰ্টি ৷ অসমৰ ১৪ টা লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াবলৈ সম্পূৰ্ণ সাজু আপ ৷ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক ৰনত পেলাবলৈ কলিয়াবৰত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপৰ চিন্তা চৰ্চা দলটোৰ ৷ বৰ্তমান বিজেপি চৰকাৰখনে একনায়কত্ববাদী, স্বেচ্ছাচাৰী শাসন চলোৱাৰ লগতে গণতান্ত্ৰিক অধিকাৰ খৰ্গ কৰিছে ৷ বিজেপিৰ জন বিৰোধী নীতিৰ প্ৰতিবাদ আপে সদায় কৰি যোৱাৰ লগতে আপ সদায় জনসাধাৰণৰ লগত থাকিব বুলি উল্লেখ কৰে ৷ বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংগঠনসমূহক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কণ্ঠ ৰোধিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে আপে ৷ বিজেপিক পৰাস্ত কৰিবলৈ সকলো বিৰোধী দল একলগ হোৱাৰ বিষয়টোৰ সন্দৰ্ভত আপে কয় যে কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই মানি ল’ব দলটোৰ ৰাজ্যিক নেতৃত্বই ৷ দলটোৰ আপৰ ৰাজ্যিক নিৰ্বাহকত দলটোৱে প্ৰতিটো সমষ্টিৰ ঘৰে ঘৰে গৈ দলটো শক্তিশালী কৰাৰ কথা উল্লেখ কৰে ৷ আনহাতে মিত্ৰতাৰ সন্দৰ্ভত কোনো লোকে অপপ্ৰচাৰ কৰাৰ কথা উল্লেখ কৰে আপৰ নেতা কমল কুমাৰ মেধীয়ে ৷ গোলাঘাটত অনুস্থিত হোৱা কাৰ্যনিৰ্বাহকত দলটোৰ উত্তৰ পূবৰ প্ৰভাৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ড° ভবেন চৌধুৰী, কমল মেধিৰ লগতে ৰাজ্যিক নেতৃত্ব উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગોસા ટુકડા ગામ નજીક બે બાઈક વચ્ચે અકસ્માત સર્જાયો
ગોસા ટુકડા ગામ નજીક બે બાઈક વચ્ચે અકસ્માત સર્જાયો
Just 2 figs Daily for 15 days for amazing Health Benefits| Amazing Figs ( Angeer ) Health Benefits
Just 2 figs Daily for 15 days for amazing Health Benefits| Amazing Figs ( Angeer ) Health Benefits
आमदार भास्कर जाधव राणे पिता वर भडकले, नारायण राणे यांचा कोंबडी चोर म्हणून उल्लेख
आमदार भास्कर जाधव यांची राणे पिता वर भडकले
परतूर येथील शासकीय विश्रामगृहात नवनिर्वाचित
रिपब्लिकन सेना ता.अध्यक्ष निर्मला वाघमारे यांचा स्तकार करण्यात आला.
परतूर येथील शासकीय विश्रामग्रहात नवनिर्वाचित रिपब्लिकन सेनेच्या तालुकाध्यक्ष निर्मला वाघमारे...