কালিকা লাগিছে গোগামুখ ঘিলামৰা ৰাজ্যিক ঘাইপথ। দেওবাৰে বিয়লি এই পথৰ মহবলত অংশত এটা ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ এঘন্টাৰ পিছতে পুনৰ ঘিলামৰা ৰাইডিঙিয়া অঞ্চলৰ ৰাজ্যিক ঘাইপথৰ ওপৰত সংঘটিত হয় আন এক দুৰ্ঘটনা।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

সন্ধিয়া ঢকুৱাখনা দিশৰ পৰা তীব্ৰ গতিত গৈ থকা এ এছ ০৭/এন/৩৬৭৯নম্বৰ এখন বলেৰ গাড়ীযে প্ৰচণ্ড গতিত গৈ বিপৰীত দিশৰ পৰা গৈ থকা ৰাইডিঙিয়া গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায় হেমন্ত গগৈ নামৰ এজন স্কুতি চালকক খুন্দা মাৰি গুৰুতভাবে আহত কৰে।

পাছত আহত যুৱকজনক ঘিলামৰা আৰক্ষীয়ে ঘিলামৰা সামূহিক চিকিৎসালৈ প্ৰেৰণ কৰিছে।আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ গাড়ী খন জব্দ কৰিছে।