টিংখংত অইলৰ পাইপ ফুটি তেল নিৰ্গমন হোৱাৰ পিছতে জীৱ কুলৰ প্ৰতি আহিছে ভাবুকি।টিংখংৰ দীঘলীয়া গাৱঁত অইলৰ তেল নিৰ্গমন হোৱাৰ ফলত শুকুৰবাৰে এক আতঙ্কময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।অঞ্চল টোত ১নংOCS ৰপৰা ২নংOCS ৰ সংযোগী মূল পৰিবাহী পাইপৰ পৰা তেল নিৰ্গমন হৈ প্ৰায় এক কিলোমিটাৰৰো অধিক অঞ্চল তেল বিয়পি পৰিছিল। ইতিমধ্যে অইল ইণ্ডিয়া কতৃপক্ষই তেল নিৰ্গমন বন্ধ কৰিছে যদিও ইতিমধ্যে তেল বিয়পি পৰা অঞ্চলত পুখুৰীৰ মাছ হাঁহ আদিৰ মৃত্যুহোৱাৰ সমান্তৰাল ভাৱে অঞ্চলটোৰ কেইবাখনো ব্ৰইলাৰ ফাৰ্মত অস্বাভাৱিক ভাৱে মৃত্যু হৈছেে ব্ৰইলাৰ সমুহৰ।অঞ্চলটোৰ ৰাইজৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টিহৈছে।ৰাইজেে অইল ইণ্ডিয়া কতৃপক্ষক ক্ষতিপূৰণ দিয়াৰ লগতে এইসমস্যা দূৰ কৰিবলৈ দাৱী উথ্বাপন কৰা পৰিলক্ষিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
एक वर्ष से फरार बंगाली बाबू डाक्टर को सलेहा पुलिस नें छतरपुर से किया गिरफ्तार
गुनौर :दिनांक 27.08.2022 को मृतिका रीना उर्फ रिनुआ बंशकार उम्र 26 साल निवासी ईटवां थाना सलेहा की...
China Taiwan America: ताइवान का चीन पर आरोप, चुनाव को प्रभावित करना चाहता है चीन (BBC Hindi)
China Taiwan America: ताइवान का चीन पर आरोप, चुनाव को प्रभावित करना चाहता है चीन (BBC Hindi)
વીડિયો : બાંદામાં બોટ દુર્ઘટના પહેલાનો એક વીડિયો સામે આવ્યો, સુકાનવાળી બોટ મોજા સાથે લડતી જોવા મળી
છે. તેજ પવન અને યમુનાના મોજા સામે લડતી સુકાનવાળી હોડી તેમાં જોવા મળે છે. વીડિયોમાં સ્પષ્ટ દેખાઈ...
বিহুবৰ আৰু নামচাই আৰক্ষীৰ জাতীয় পতাকা বিতৰণ ।
আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক সুভ্ৰজ্যোতি বৰা আৰু নাজিৰা...