√ অসমবাসীৰ বাবে সুখবৰ

√ নলবাৰী চিকিৎসালয়ক মহাবিদ্যালয়লৈ স্কীকৃতি

√ ১০০ শিক্ষাৰ্থীক নামভৰ্তিৰ বাবে অনুমোদন

√ ৰাষ্ট্ৰীয় মেডিকেল আয়োগৰ অনুমোদন ঘোষণাৰ পাছতে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ টুইট

“অসমত এবছৰত ৪ খনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ”