সৰুপথাৰ সমষ্টিত বিধায়ক বিশ্বজিৎ ফুকনৰ সৱল নেতৃত্বত উন্নয়নৰ ধাৰা তৰাম্বিত । গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ মৰঙী মৌজাৰ সাৰৰ গাঁও পকী পথৰ শুভ উদ্বোধন । বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা মৰঙীৰ সাৰৰ গাঁও পথচোৱা আজি বিধায়কে আনুষ্ঠানিকভাৱে মুকলি কৰে । এই উপলক্ষে অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত নুমলীগড় মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক মিণ্টু কুমাৰ সন্দিকৈ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ।অনুষ্ঠানত মৰঙী জিলা পৰিষদৰ সদস্য পুৰবী শৰ্মা, জ্যোষ্ঠ সাংবাদিক,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, মৰঙী উন্নয়ন খণ্ডৰ সভাপতি পল্লৱ চেতীয়া আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । সাৰৰ গাওঁবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি পথচোৱা সুন্দৰভাৱে নিৰ্মাণ কৰি দিয়াৰ বাবে ৰাইজে বিধায়ক বিশ্বজিৎ ফুকনক কৃতজ্ঞতা জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उपमुख्यमंत्री देवेंद्र फडणवीस यांचे अंबादास दानवे यांच्या प्रश्नाला उत्तर २३/८/२०२२
उपमुख्यमंत्री देवेंद्र फडणवीस यांचे अंबादास दानवे यांच्या प्रश्नाला उत्तर २३/८/२०२२
'Speaker smiled, invited for tea…': Rahul Gandhi on speaking in Parliament
Rahul Gandhi, his first press briefing day after being disqualified as MP, alleged that Lok Sabha...
Upcoming Cars: इंडियन मार्केट में जल्द लॉन्च होंगी ये 4 नई कार, समय रहते तैयार कर लीजिए बजट
Nissan India अगस्त के आसपास एक्स-ट्रेल को लॉन्च कर सकती है। इसमें ई-पावर तकनीक के बजाय 1.5 लीटर...
IPL में बेटे को खेलते देख Sachin Tendulkar के आंखों में आ गए आंसू, Arjun Tendulkar का पहला ओवर क्यों है खास?
नई दिल्ली, स्पोर्ट्स डेस्क। आईपीएल 2023 के 25वें मुकाबले में मुंबई इंडियंस ने सनराइजर्स...