তেজপুৰ আৰক্ষীয়ে নকল সোণ সহ এজন সৰবৰাহ কাৰিক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্রৰ খবৰ অনুসৰি তেজপুৰ কছাৰীগাও আৰক্ষীয়ে তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত অভিযান চলাই আমিৰ হুছেইন নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। ধৃত আমিৰৰ ঘৰ বৰঘাট আৰক্ষী থানাৰ অন্তৰ্গত খলিহা মাৰিত। আমিৰৰ পৰা আৰক্ষীয়ে দুই টুকুৰা নকল সোণ, এখন বাইক আৰু এটা মোৱাইল উদ্ধাৰ কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market Working On Saturday | बैंकेक्स, मिडकैप एक्सपायरी पर क्या करें? | Anuj Singhal
Share Market Working On Saturday | बैंकेक्स, मिडकैप एक्सपायरी पर क्या करें? | Anuj Singhal
आजाद भारत के पहले वित्त मंत्री RK shanmukham chetty ने क्यों दे दिया था इस्तीफा? |24 Ka Budget
आजाद भारत के पहले वित्त मंत्री RK shanmukham chetty ने क्यों दे दिया था इस्तीफा? |24 Ka Budget
ધોળકા: ઈજાગ્રસ્ત પશુ-પક્ષીઓને અપાઈ સારવાર #dholka @ktvnewsgujarati2804
ધોળકા: ઈજાગ્રસ્ત પશુ-પક્ષીઓને અપાઈ સારવાર #dholka @ktvnewsgujarati2804
ધાનેરાના નેનાવ ચેકપોસ્ટ ખાતે કતલખાને જતા ૮ જીવ બચાવી લેવાયા.
ધાનેરાના નેનાવ ચેકપોસ્ટ ખાતે કતલખાને જતા ૮ જીવ બચાવી લેવાયા.
Uttarkashi Tunnel : 200H की 'लक्ष्मणरेखा' पार..कब खुलेगा सुरंग का द्वार? | Rescue Operation
Uttarkashi Tunnel : 200H की 'लक्ष्मणरेखा' पार..कब खुलेगा सुरंग का द्वार? | Rescue Operation