তেজপুৰ আৰক্ষীয়ে নকল সোণ সহ এজন সৰবৰাহ কাৰিক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্রৰ খবৰ অনুসৰি তেজপুৰ কছাৰীগাও আৰক্ষীয়ে তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত অভিযান চলাই আমিৰ হুছেইন নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। ধৃত আমিৰৰ ঘৰ বৰঘাট আৰক্ষী থানাৰ অন্তৰ্গত খলিহা মাৰিত। আমিৰৰ পৰা আৰক্ষীয়ে দুই টুকুৰা নকল সোণ, এখন বাইক আৰু এটা মোৱাইল উদ্ধাৰ কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વરસાદ ની આગાહી ના પગલે......
ભારે વરસાદના પગલે સાવચેતીનાં ભાગરૂપે તા.૧૮ મી સપ્ટેમ્બરના રોજ દાહોદ જિલ્લાની તમામ શાળામા શૈક્ષણિક...
Hope and New Beginnings for Differently Abled Individuals at Narayan Seva Sansthan's Free Medical Camp
Bengaluru, February 2, 2025
Under the aegis of Narayan Seva Sansthan, Udaipur, a...
अनुकंपा धारक भरती प्रक्रिया समुपदेशाने पार पडले
अनुकंपा धारक भरती प्रक्रिया समुपदेशाने पार पडले