শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে এজাহাৰ দাখিল সদৰ থানাত বাবুপট্টিত অগ্নিদগ্ধ হোৱা পৰিয়ালৰ।শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বাবুপট্টি যমুনাৰ'ড চাৰিআলিত বুধবাৰে বিয়লি সংঘটিতহৈছিল ভয়ংকৰ অগ্নিকাণ্ড।এই অগ্নিকাণ্ডৰ ফলত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এটা আৱাসগৃহ জাহ গৈছিল সম্পূৰ্ণৰপে।এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ বৰ্তমান চিকিৎসাধীন হৈআছেে তিনি গৰাকী ব্যক্তি। ইতিমধ্যে ইয়াৰে এগৰাকী কনমানি শিশু মৃত্যু মুখত পৰিছে ।এই সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি শিৱসাগৰ সদৰ থানাত পৰিয়ালৰ লৌকৰ এজাহাৰ দাখিল পৌৰসভাৰ বিৰুদ্ধে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मंदिरों से सरकारी नियंत्रण हटाने की मांग उठी, VHP और साधू संतों का प्रदर्शन,
मंदिरों को सरकार के नियंत्रण से मुक्त करने और तिरुपति बालाजी मंदिर के प्रसाद में मिलावटखोरी करने...
बनावट दारू साठा जप्त राज्य उत्पादन शुल्क विभागाची कारवाई
बनावट दारू साठा जप्त राज्य उत्पादन शुल्क विभागाची कारवाई
Ak47ৰে ব্যৱসায়ীক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই
অৰুণাচল প্ৰদেশৰ লংডিং বজাৰত ব্যৱসায়ীক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই
દેવગઢ બારીયા ભારતીય જનતા પાર્ટી દ્વારા શહેર અને ગ્રામ્ય મંડળની કારોબારની મિટિંગ યોજાઇ હતી
દેવગઢ બારીયા ભારતીય જનતા પાર્ટી દ્વારા શહેર અને ગ્રામ્ય મંડળની કારોબારની મિટિંગ યોજાઇ હતી