শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে এজাহাৰ দাখিল সদৰ থানাত বাবুপট্টিত অগ্নিদগ্ধ হোৱা পৰিয়ালৰ।শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বাবুপট্টি যমুনাৰ'ড চাৰিআলিত বুধবাৰে বিয়লি সংঘটিতহৈছিল ভয়ংকৰ অগ্নিকাণ্ড।এই অগ্নিকাণ্ডৰ ফলত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এটা আৱাসগৃহ জাহ গৈছিল সম্পূৰ্ণৰপে।এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ বৰ্তমান চিকিৎসাধীন হৈআছেে তিনি গৰাকী ব্যক্তি। ইতিমধ্যে ইয়াৰে এগৰাকী কনমানি শিশু মৃত্যু মুখত পৰিছে ।এই সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি শিৱসাগৰ সদৰ থানাত পৰিয়ালৰ লৌকৰ এজাহাৰ দাখিল পৌৰসভাৰ বিৰুদ্ধে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Weather Updates: Jharkhand, Odisha में भारी बारिश का Orange Alert, 15 राज्यों में Yellow Alert | IMD
Weather Updates: बारिश की मार से परेशान दक्षिण के राज्यों को राहत मिली तो बादलों का अटैक Bihar,...
महिला पहलवानों द्वारा पौधारोपण,रक्षार्थ संकल्प
समाज सेवी डॉ दुर्गा शंकर सैनी की पहले पर पिता तुल्य स्व श्री मदन लाल सैनी की पुण्य तिथि से 24 जून...
गहलोत पर शेखावत का पटलवार, बोले- अब उन्हें सता रहा मानहानि केस का डर
संजीवनी घोटाले में हाईकोर्ट से क्लीन चिट मिलने के बाद केंद्रीय मंत्री गजेंद्र सिंह शेखावत और...
ডিব্ৰুগড়ত কংগ্ৰেছৰ 'স্বাধীনতাৰ গৌৰৱময় যাত্রা'ত বিৰোধী দলপতি দেবব্ৰত শইকীয়া
বিধায়ক প্ৰশান্ত ফুকনে যিটো দলক নেতৃত্ব দিছে সেই দলটোৱে আমাৰ দেশৰ সংবিধান মানিব নিবিচাৰে। বিজেপিয়ে...