আজি কলাইগাও বিধানসভা সমষ্টিৰ অন্তৰ্গত চাঞ্জা কলাইগাঁও আঞ্চলিক বাথৌ মহাসভা নাপ্তিপাৰাত অসম দৰ্শন আঁচনিৰ আন্তগাঁঠনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে কলাইগাঁও সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দুৰ্গাদাস বড়ো দেৱে |

উল্লেখ্য যে উক্ত অনুস্থানটিৰ লগত ২০ খন ৰাজহ গাঁও জড়িত হৈ আছে|