মুল্য বৃদ্ধিৰ প্ৰতিবাদত গোলাঘাটত ছাত্ৰ সন্থাৰ বিক্ষোভ। গোলাঘাট কৰ্ট ৰোডত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে জিলা ছাত্ৰ সন্থাৰ বিষয় ববিয়া সকলে বিক্ষোভ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক,তোল গেটৰ মাচুল হ্ৰাস কৰক,বি জে পি চৰকাৰ গ বেক যোগান বিভাগ হাই হাই আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।