*শিৱসাগৰত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনাই ডেকাই উদ্ধোধন কৰিলে My cleaners নামৰ লন্দ্ৰী প্ৰতিষ্ঠান*

শিৱসাগৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি উদ্দীপ জ্যোতি গগৈ নেতৃত্বত এদল যুৱকে মুকলি কৰে My cleaner  নামৰ এখন লণ্ডি প্ৰতিষ্ঠান |  দৈনন্দিন ব্যৱহিত কাপোনকানি পৰা সকলো সামগ্ৰী পৰিস্কাৰ কৰা সুবিধা প্ৰদান কৰিছে My cleaners নামৰ প্ৰতিষ্ঠানটোৱে | গুৱাহাটীৰ পাছতেই আজি শিৱসাগৰ বি জি ৰোডত এই প্ৰতিষ্ঠানটোৰ শুভ আৰম্ভণি কৰা হয় | এই মুকলি অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আৰু জাতীয় পৰিষদ অসমৰ সভাপতি লুৰিণ জ্যোতি গগৈ |