সোণাৰিৰ ৰজাপুখুৰী গাওঁ পঞ্চায়ত এলেকাত হৰ ঘৰ ত্ৰিৰংগা ৰেলী।

সোণাৰি সমষ্টিৰ অন্তৰ্গত ৰজাপুখুৰী গাওঁ পঞ্চায়তৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে।