কংগ্ৰেছ দলত সুৰক্ষিত নহয় নেকি মহিলা । অংকিতা দ্ত্তই ন্যায় পাব লাগে । গোলাঘাটত আজি এই কথা সাংবাদিকৰ আগত সদৰি মন্ত্ৰী অজন্তা নেওগে । তেওঁ আৰু কয় যে নিজৰ দলতেই যদি মহিলা সুৰক্ষিত নহয় ৰাজনীতি কৰিবলৈ মহিলা ওলাই নাহিব । ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে গোলাঘাট চন্দন নগৰত আজি তিনিটাকৈ পথৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে। পথ উদ্বোধনৰ পাছত এখন সভাৰ আয়োজন কৰা হয়। উক্ত সভাত নগৰৰ যি বোৰ অঞ্চলত জনসাধাৰণে পদ বহলীকৰণ কৰিবলৈ বাধা প্ৰদান কৰিব সেই অঞ্চলত বৃহৎ অট্টালিকা নিৰ্মাণ কৰিবলৈ অনুমতি নিদিবলৈ পৌৰসভাক নিৰ্দেশ দিয়ে। সভাত পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা উপ পৌৰপতি সীমান্ত বৰা ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য ৰশ্মি দাস ৭নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য অজয় ভৰালী সমাজকৰ্মী জুনু গগৈ আদিকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रभाग 12 मधील नागरिकांच्या समस्या नेहा क्षीरसागर यांनी घेतल्या जाणून@news23marathi
प्रभाग 12 मधील नागरिकांच्या समस्या नेहा क्षीरसागर यांनी घेतल्या जाणून@news23marathi
आमदारांनी त्यांच्या मैत्रिणीला मारहाण केल्याप्रकरणी गुन्हा दाखल...
औरंगाबाद: नेहमी वेगवेगळ्या कारणांनी सदैव चर्चेत राहणारे कन्नडचे माजी आमदार हर्षवर्धन जाधव...
দুসুঁতিমুখত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটোক মৰিয়াই হত্যা
দুসুঁতিমুখত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটোক মৰিয়াই মৰিয়াই হত্যা কৰিলে...
કાલુપુર પોલીસ ની પ્રસંશાનિય કામગિરી, the ગ્રેટ ahnedabad ગુજરાત પોલીસ ટિમ
અમદાવાદ પોલીસ ગુજરાત પોલીસ કાલુપુર પોલિસ the ગ્રેટ વર્ક