কংগ্ৰেছ দলত সুৰক্ষিত নহয় নেকি মহিলা । অংকিতা দ্ত্তই ন্যায় পাব লাগে । গোলাঘাটত আজি এই কথা সাংবাদিকৰ আগত সদৰি মন্ত্ৰী অজন্তা নেওগে । তেওঁ আৰু কয় যে নিজৰ দলতেই যদি মহিলা সুৰক্ষিত নহয় ৰাজনীতি কৰিবলৈ মহিলা ওলাই নাহিব । ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে গোলাঘাট চন্দন নগৰত আজি তিনিটাকৈ পথৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে। পথ উদ্বোধনৰ পাছত এখন সভাৰ আয়োজন কৰা হয়। উক্ত সভাত নগৰৰ যি বোৰ অঞ্চলত জনসাধাৰণে পদ বহলীকৰণ কৰিবলৈ বাধা প্ৰদান কৰিব সেই অঞ্চলত বৃহৎ অট্টালিকা নিৰ্মাণ কৰিবলৈ অনুমতি নিদিবলৈ পৌৰসভাক নিৰ্দেশ দিয়ে। সভাত পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা উপ পৌৰপতি সীমান্ত বৰা ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য ৰশ্মি দাস ৭নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য অজয় ভৰালী সমাজকৰ্মী জুনু গগৈ আদিকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kashmiri Dish Harissa खाकर कैसे बदलाव ला रही हैं ये कश्मीरी महिलाएं (BBC Hindi)
Kashmiri Dish Harissa खाकर कैसे बदलाव ला रही हैं ये कश्मीरी महिलाएं (BBC Hindi)
ઇન્દિરા નગર સોસાયટીના સ્થાનિક રહેશો પ્રાથમિક સુવિધાઓના અભાવને લઇ ને કોર્પોરેશન કચેરી ખાતે પહોંચ્યા
ઇન્દિરા નગર સોસાયટીના સ્થાનિક રહેશો પ્રાથમિક સુવિધાઓના અભાવને લઇ ને કોર્પોરેશન કચેરી ખાતે પહોંચ્યા
অসমৰ ৰাষ্ট্ৰীয়ঘাইপথত প্ৰথমটো ইমাৰজেঞ্চি লেণ্ডিং প্ৰকল্পৰ আধাৰশীলা।
মৰাণৰ নিৰ্মিয়মান ফৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয়ঘাইপথত হব বিমানৰ ইমাৰজেঞ্চি লেণ্ডিং প্ৰকল্প
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ প্ৰজেক্ট বাস্তৱ হোৱাৰ দিশে গতি কৰিছে মৰাণত। কিয়নো আজি মৰাণত...
રખડતાં ઢોરોનો ત્રાંસ યથાવત. ડીસા-થરાદ હાઇવે ઉપર આખલો ઈકો સાથે ટકરાતા ગાડી ચાલક અને આખલો ઇજાગ્રસ્ત
રખડતાં ઢોરોનો ત્રાંસ યથાવત. ડીસા-થરાદ હાઇવે ઉપર આખલો ઈકો સાથે ટકરાતા ગાડી ચાલક અને આખલો ઇજાગ્રસ્ત