মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰত লেখিকা গীতালি বৰাৰ বাসনা গ্ৰন্থ উন্মোচন।গ্ৰন্থ খন উন্মোচনী কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ।নাৰী সকলৰ সমাজৰ জীৱনক লৈও বহু কথা সন্নিবিষ্ট কৰিছে গ্ৰন্থ খনত ।বৰ্তমান গ্ৰন্থ খন ফ্লিৱকাৰ্ড , এমাজনতো উপলব্ধ হব গ্ৰন্থ খন।গীতালি বৰা আশা বৰ্তমান সমাজ জীৱনক লৈ লিখি উলিয়াইছে গ্ৰন্থ খন ।গ্ৰন্থখন ৰাইজক আদৰি লবলৈ আহবান লেখিকা গীতালি বৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ জিলা ভিত্তিক উদ্বোধন
শিৱসাগৰঃ শিৱসাগৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ আজি জিলা ভিত্তিক উদ্বোধন কৰা হয় ৷ শিৱসাগৰ...
9 મહિના પહેલા લગ્ન કરનાર પરણીતાએ કેમ શરીર પર કેરોસીન છાંટી સળગી જવાનો કર્યો પ્રયાસ વાંચો સમગ્ર અહેવાલ.
કાલોલ તાલુકાના મોકળ ગામે રહેતા ભુપેન્દ્રભાઈ સાલમસિંહ ચૌહાણની 23 વર્ષીય પુત્રી અનીશાબેનના લગ્ન...
গুৱাহাটীত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদৰ পুত্ৰৰ আত্মহত্যা
ৰাজ্যসভাৰ এগৰাকী প্ৰাক্তন সাংসদৰ পুত্ৰই শুকুৰবাৰে গুৱাহাটীত আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি...