আজি অলপ আগতে বাহাৰঘাট অঞ্চলৰ বিভিন্ন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড শিলাবৃষ্টি হোৱাত যথেষ্ট ক্ষতি হোৱাৰ অনুমান কৰিব পাৰি৷উল্লেখ্য যে ক্ষন্তেক আগতে অৰ্থাৎ ৮-৩৮ বজাত অহা বিধ্বংসী শিলাবৃষ্টিয়ে সকলোকে সংকিত কৰি তুলিছে৷মনকৰিবলগীয়া যে একোটা শিলৰ ওজন ২০০ গ্ৰাম পৰ্য্যন্ত হব বুলি বিজ্ঞজনে মত প্ৰকাশ কৰিছে৷ইতিমধ্যে বতৰ বিজ্ঞানেে অসমৰ ঠায়ে ঠায়ে ধুমুহা শিলাবৃষ্টি হব পাৰে বুলি আগ জাননী দিছে৷বতৰ বিজ্ঞানৰ আগ জাননী মতে ৰাজ্যখনৰ কেইবাখনো জিলাত সতৰ্ক হবলৈ ও পৰামৰ্শ দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સરકારી પોલીટેકનિક તથા ગુરુકુળ મહિલા કોલેજમાં E-FIR અને સુરક્ષા માટે સેમિનાર યોજાયો
સરકારી પોલીટેકનિક તથા ગુરુકુળ મહિલા કોલેજમાં E-FIR અને સુરક્ષા માટે સેમિનાર યોજાયો
રણજીત નગર હાથી કોલેનીમાં અનોખા ગરબાનું આયોજન
#buletinindia #gujarat #jamnagar
Lok Sabha Elections: Akhilesh Yadav ने BJP पर कसा तंज, कहा- चारों खाने चित हो गई है बीजेपी | Aaj Tak
Lok Sabha Elections: Akhilesh Yadav ने BJP पर कसा तंज, कहा- चारों खाने चित हो गई है बीजेपी | Aaj Tak