ভুমিপুত্ৰ দেউৰীসকলক আজি বহাগ বিহু উৰুকা ৷ পৰম্পৰা ৰীতি নীতি অনুসৰি বহাগ মাহৰ প্ৰথমটো বুধবাৰে দেউৰী জনগোষ্ঠীয় লোকসকলে পালন কৰে বিচুৰ উৰুকা ৷ অসমৰ সৰ্ববৃহৎ দেউৰী লোকৰ বসতিস্থল নাৰায়ণপুৰত উৰুকাৰ দিনটোত বিয়লি বেলাৰ পৰা গাঁও বা চুবুৰীৰ মুখীয়াল বা পুজাৰীৰ ঘৰত ডেকা গাভৰু সকলো একগোট হৈ ওৰে নিশা লহৰীয়া গাই পাৰ কৰিব ৷ হাতে হাত ধৰি সকলোৱে লহৰীয়া গাব ৷ এসময়ত পাহাৰীয়া আবৰ জাতিক ভয়ত দেউৰীসকল নিশা হ’লে মুখীয়ালৰ ঘৰত একগোট হৈ ওৰেৰাতি হাতে হাত ধৰি লহৰীয়া গাই নিজক ৰক্ষা কৰিছিল ৷ স্বকীয় পৰম্পৰা আৰু বৈশিষ্ট্যৰে নাৰায়ণপুৰত দেউৰীসকলে আজি পালন কৰিছে বহাগ বিহুৰ উৰুকা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા રામપત્રોની જગ્યામાં થઈ મેડિકલ કેમ્પ યોજાયો
મહુવા ખાતે રામપાસરા ની જગ્યામાં જસવંત ભાઈ મહેતાની 100.મિ.જન્મ જયંતી નિમિત્તે હનુમત હોસ્પિટલ...
Gyanvapi Mosque: ज्ञानवापी मस्जिद मामले में 14 अप्रैल को होगी सुप्रीम कोर्ट में सुनवाई
नई दिल्ली, वाराणसी के ज्ञानवापी मस्जिद मामले में 14 अप्रैल को सुनवाई होगी। इसके साथ ही...
પી.ટી. સાયન્સ એન્ડ આર્ટસ કોલેજના વિદ્યાર્થીએ પાવર લિફ્ટિંગની ઇવેન્ટમાં પ્રથમ ક્રમાંક
પી.ટી. સાયન્સ એન્ડ આર્ટસ કોલેજના વિદ્યાર્થીએ પાવર લિફ્ટિંગની ઇવેન્ટમાં પ્રથમ ક્રમાંક
কেবল ৰাজপথৰ বিপ্লৱ নহয় এইবাৰ সেউজ বিপ্লৱত ব্যস্ত আছু নেতা পবিত্ৰ কলিতা
বানে গৰকা গাইনৈৰ পাৰত কৃষকৰ হালধীয়া সপোন চিচিবৰগাওঁৰ ধূনাগুৰি পথাৰত শ শ বিঘা হালধীয়াৰ দলিচা
কেবল ৰাজপথৰ বিপ্লৱ নহয় এইবাৰ সেউজ বিপ্লৱত ব্যস্ত আছু নেতা পবিত্ৰ কলিতা বানে গৰকা গাইনৈৰ পাৰত...
New attraction added in Police Bazar/Khyndailad | ❤️ U Shilllong
New attraction added in Police Bazar/Khyndailad | ❤️ U Shilllong