নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মনসাপীঠ,দেহাৰকুছিত বছৰে বছৰে অনুষ্ঠিত হৈ অহা ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজাৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি মহোৎসৱৰ আয়োজন কৰিছে৷তদুপলক্ষে অহা ৬,৭ আৰু ৮ জুলাই/২০২৩ ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰূপালী জয়ন্তীী সামৰণি মহোৎসৱ অনুষ্ঠিত কৰাৰ দিহা কৰিছে৷ইতিমধ্যে ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন কৰিবলৈ ধীৰেন শৰ্মাক সভাপতি আৰু বিজুফুকন শৰ্মাক সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰিছে৷আনহাতে উক্ত বৰ্নিল কাৰ্য্যসূচীৰ লগতে এখনি স্মৃতি গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰিছে৷উদযাপন সমিতয়ে সকলো কাৰ্য্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પેરોલ જેમ્પ થયેલ કેદીને ઝડપી પાડતી અમદાવાદ શહેર ક્રાઇમ બ્રાન્ચ ટીમ
ટીમ ને આ કાર્યવાહી દરમિયાન મળેલ હકીકત મુજબ નિર્ણયનગર મીર્ચી ગ્રાઉન્ડ પાસે
જાહેરમાંથી આરોપી કૌશિક...
જુઓ વાદળોથી ઘેરાયેલા પાવાગઢ નો સુંદર નજારો
જુઓ વાદળોથી ઘેરાયેલા પાવાગઢ નો સુંદર નજારો
હાલ ચોમાસાની ઋતુમાં પાવાગઢ મંદિરના એક આહલાદક દ્રશ્યો...
मार्च की गर्मी के लिए हो जाएं तैयार! दिल्ली में 33 डिग्री पारा, IMD ने बताया मौसम का हाल
सर्दी के मौसम के बाद अब तापमान दिन पर दिन बढ़ने लगा है और गर्मी का अहसाह देश के अधिकतर जिलों में...
‘मुसलमान टारगेट’ Modi के ‘मुस्लिम-मंगलसूत्र’ बयान पर UP के Sambhal में क्या बोले लोग? Election 2024
‘मुसलमान टारगेट’ Modi के ‘मुस्लिम-मंगलसूत्र’ बयान पर UP के Sambhal में...