কামৰূপ জিলাৰ হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু কঞাঁ আৰক্ষী থানাৰ অধীনস্থ সৌৰামুৰী নপাৰাত পাষান স্বামীয়ে ডেগাৰৰে হানি খুছি হত্যা কৰিলে নিজ পত্নীক৷ঘৰত পুত্ৰ বোৱাৰী নথকা সময়তে পত্নী ভৱানী দাসক হত্যা কৰিলে লম্পট স্বামী সমীন দাসে৷ইতিমধ্যে হত্যাকাৰী স্বামীক কঞাঁ আৰক্ষীয়ে গেপ্তাৰ কৰাৰ লগতে ডেগাৰ খন জব্দ কৰিছে৷পাৰিবাৰিক কাৰনতে উক্ত হত্যাকাণ্ড সংঘতিত কৰা বুলি সন্দেহ৷আনহাতে হত্যাকাৰী স্বামী সমীন দাসক আৰক্ষীয়ে জেৰাৰ অন্তত প্ৰকৃত ৰহস্য উদঘাটন হব বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sardar Patel Jayanti: सरदार वल्लभ भाई पटेल की जयंती | CM Yogi | Rajnath Singh | Aaj Tak News
Sardar Patel Jayanti: सरदार वल्लभ भाई पटेल की जयंती | CM Yogi | Rajnath Singh | Aaj Tak News
झालावाड़ / ग्राम पंचायत डग मे जनसुनवाई एवं उनके निस्तारण 1अगस्त को दो पंचायते भी जुड़ेगी वीसी के माध्यम से
झालावाड़ 30 जुलाई। त्रिस्तरीय जनसुनवाई कार्यक्रम के तहत आमजन की समस्याओं की सुनवाई एवं उनके...
CBI names Congress' Jagdish Tytler in fresh chargesheet in 1984 riots case
CBI, last month, collected Tytler's voice samples in relation with the violence in Delhi's...
ભારતની 'નાઇટિંગલ 'તરીકે જાણીતી Woman Governor Sarojini Naidu ની જાણી- અજાણી વાતો
ભારતની 'નાઇટિંગલ 'તરીકે જાણીતી Woman Governor Sarojini Naidu ની જાણી- અજાણી વાતો