তিনিচুকীয়াৰ মাউতঘাট মাটিয়াখানা গাঁৱৰ নিৰঞ্জন প্ৰাথমিক শাখা নামঘৰৰ প্ৰাঙ্গনত অসম দৰ্শন আঁচনিৰ অধীনত নৱ নিৰ্মিত মঞ্চৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সহ অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে
তিনিচুকীয়াৰ মাউতঘাট মাটিয়াখানা গাঁৱৰ নিৰঞ্জন প্ৰাথমিক শাখা নামঘৰৰ প্ৰাঙ্গনত অসম দৰ্শন আঁচনিৰ অধীনত নৱ নিৰ্মিত মঞ্চৰ শুভ উদ্বোধন

