ভাৰতীয় জনতা পাৰ্টীৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে চলি থকা সামাজিক ন্যায় সপ্তাহ উপলক্ষে আজি বাকসা জিলাৰ বাগানপাৰা মণ্ডলৰ মেৰকুছিত এখন জনজাগৰণ সভা অনুষ্ঠিত হয়৷ ভাৰতীয় জনতা পাৰ্টীৰ বাকসা জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ৰাজীৱ চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত বাকসা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰিদীপ কুমাৰ ডেকা সমল ব্যক্তি হিচাপে উপস্থিত থাকে৷ সভাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘু লোকসকলৰ বাবে প্ৰস্তুত কৰা আঁচনিসমূহ সুবিধা সমূহ জনসাধাৰণে লাভ কৰিবৰ বাবে তাৰ বাবে বিষদ ভাবে আলোচনা কৰা হয়৷ সভাত বিজেপিৰ বাগানপাৰা মণ্ডলৰ সভানেত্ৰী আৰতি বৰদলৈ, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি হজৰত আলী, উপ-সভাপতি খগেন পাঠককে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Today's Top Trades: Nifty 19750 के ऊपर हुआ बंद, Investors इन Stocks पर करें निवेश | Business
Today's Top Trades: Nifty 19750 के ऊपर हुआ बंद, Investors इन Stocks पर करें निवेश | Business
અમદાવાદના પોલીસ મુખ્ય મથકે મા.પો. કમિશ્નરશ્રી ની મંજુરીથી શરદ પુનમે પોલીસ પરિવાર માટે ગરબાનું આયોજન
અમદાવાદના પોલીસ મુખ્ય મથકે મા.પો. કમિશ્નરશ્રી ની મંજુરીથી શરદ પુનમે પોલીસ પરિવાર માટે ગરબાનું આયોજન
Upcoming 7 Seater SUV: Tata Safari Scorpio और MG Hector को चुनौती देने आ रहीं ये नई SUV
भारतीय बाजार में एसयूवी सेगमेंट में काफी हलचल है। रिपोर्ट्स के मुताबिक जल्द ही तीन नई 7...