ভাৰতীয় জনতা পাৰ্টীৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে চলি থকা সামাজিক ন্যায় সপ্তাহ উপলক্ষে আজি বাকসা জিলাৰ বাগানপাৰা মণ্ডলৰ মেৰকুছিত এখন জনজাগৰণ সভা অনুষ্ঠিত হয়৷ ভাৰতীয় জনতা পাৰ্টীৰ বাকসা জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ৰাজীৱ চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত বাকসা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰিদীপ কুমাৰ ডেকা সমল ব্যক্তি হিচাপে উপস্থিত থাকে৷ সভাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘু লোকসকলৰ বাবে প্ৰস্তুত কৰা আঁচনিসমূহ সুবিধা সমূহ জনসাধাৰণে লাভ কৰিবৰ বাবে তাৰ বাবে বিষদ ভাবে আলোচনা কৰা হয়৷ সভাত বিজেপিৰ বাগানপাৰা মণ্ডলৰ সভানেত্ৰী আৰতি বৰদলৈ, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি হজৰত আলী, উপ-সভাপতি খগেন পাঠককে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નવી વંદેભારત ટ્રેને 180-183 કિમી પ્રતિ કલાકની ઝડપે ટ્રાયલ રન લીઘો.. અદભૂત વિડિયો જુઓ અહીં
નવી વંદેભારત ટ્રેને 180-183 કિમી પ્રતિ કલાકની ઝડપે ટ્રાયલ રન લીઘો.. અદભૂત વિડિયો જુઓ અહીં
Subhash Chandra Bose Jayanti: 'नेताजी को सदैव याद रखेंगे देशवासी', राष्ट्रपति-उपराष्ट्रपति और पीएम मोदी ने किया याद
Subhash Chandra Bose Jayanti: नेताजी सुभाष चंद्र बोस की 127वीं जयंती पर आज देश उन्हें...
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Strategy | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Strategy | CNBC Awaaz
पुणे- नगर महामार्गावर ठिकठिकाणी साचले पाणी,रस्त्याला आले तळ्याचे रूप
हवेली तालुक्यातील वाघोली व लोणीकंद येथे आज बुधवार (दि.१९) रोजी सायंकाळी आठ वाजता पावसाने जोरदार...