নাৰায়ণপুৰ উন্নয়ণ খন্ডৰ অন্তৰ্গত পথালিপাহাৰ গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় ৰুৰবান মিচনৰ অধীনত শ্যামাপ্ৰসাদ মুৰ্খাজী ৰুৰবান মিছনৰ দ্বাৰা নিৰ্মিত এটা পশুপালন প্ৰশিক্ষণ কেন্দ্ৰ শুভ উদ্ধোধন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ শ্যামাপ্ৰসাদ মুৰ্খাজী ৰুৰবান মিছনৰ উদ্যোগত পথালিপাহাৰ পঞ্চায়তত ৰুপায়ন হোৱা পশুপালন প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে স্থানীয় কৃষকসকলে গো আৰু ছাগলী পালনৰ ক্ষেত্ৰত উপকৃত হোৱাৰ আশাপ্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર નજીક ખાંડીયા અમાદર જતા રસ્તા ઉપર વીજ પોલો નમી જતા મોટી હોનારતનો ભય
પાવીજેતપુર નજીક ખાંડીયા અમાદર જતા રસ્તા ઉપર વીજ પોલો નમી જતા મોટી હોનારતનો ભય
...
আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা এইড এট এক্সনৰ উদ্যোগত চতমাত গণিত মেলা
আজি ভাৰতীয় গণিত বিশেষজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্মদিন উপলক্ষে আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা এইড...
ભોરોલ ખાતે વિકસિત ભારત સંકલ્પ યાત્રા રથ આવતા ગામ લોકો દ્વારા સ્વાગત કરાયું
કેન્દ્ર સરકારની વિવિધ યોજનાઓ ગામે ગામ અને ઘરે ઘરે લાભાર્થીઓને પહોંચાડવાના ઉદ્દેશથી શરૂ થયેલ...
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz