নাৰায়ণপুৰ উন্নয়ণ খন্ডৰ অন্তৰ্গত পথালিপাহাৰ গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় ৰুৰবান মিচনৰ অধীনত শ্যামাপ্ৰসাদ মুৰ্খাজী ৰুৰবান মিছনৰ দ্বাৰা নিৰ্মিত এটা পশুপালন প্ৰশিক্ষণ কেন্দ্ৰ শুভ উদ্ধোধন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ শ্যামাপ্ৰসাদ মুৰ্খাজী ৰুৰবান মিছনৰ উদ্যোগত পথালিপাহাৰ পঞ্চায়তত ৰুপায়ন হোৱা পশুপালন প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে স্থানীয় কৃষকসকলে গো আৰু ছাগলী পালনৰ ক্ষেত্ৰত উপকৃত হোৱাৰ আশাপ্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ट्रेंड करते-करते कैसे ट्रोल हो गए बाड़मेर-जैसलमेंर लोकसभा प्रत्याशी रविंद्र सिंह भाटी
राजस्थान की सबसे बड़ी लोकसभा सीट से निर्दलीय चुनाव लड़ रहे शिव विधायक रविंद्र सिंह भाटी सोशल...
पावनखिंडीतील रणसंग्राम ! साकारला संध्यामठ मंडळांने
पावनखिंडीतील रणसंग्राम! साकारला संध्यामठ मंडळाने
ঘগ্ৰাপাৰত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি উদযাপিত হৈ থকা আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি...
LCB નો દરોડો : ખંભાતમાં સોશિયલ મીડિયા પર વરલી મટકાનો જુગાર રમતા 5 ઝડપાયા
આણંદ એલસીબી ટીમે ખંભાત ખાતે દરોડો પાડી ત્રણ દરવાજા એસબીઆઇ બેન્ક સામે જાહેરમાં સોશિયલ મીડિયામાં...
Beetroot benefits: दिल, दिमाग को चुस्त और तंदुरुस्त रखने वाले चुकंदर के ये फ़ायदे पता हैं क्या (BBC)
Beetroot benefits: दिल, दिमाग को चुस्त और तंदुरुस्त रखने वाले चुकंदर के ये फ़ायदे पता हैं क्या (BBC)