পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতি আৰু এন এছ ডি এলৰ ২৫ বৰ্ষ উপলক্ষে চ'লো স্কুল চ'লো অভিযান।জনজাতি শিক্ষা সমিতি আৰু এন এছ ডি এলৰ ২৫ বৰ্ষ উপলক্ষে চলো স্কুল চলো অভিযানলৈ মৰিগাঁৱত উপস্থিত হয়হি। ভূৰাগাঁও শংকৰদেৱ নিকেতনত উপস্থিত হৈ ভূৰাগাঁও নিকেতন খনৰ সমুহ ছাত্ৰ-ছাত্ৰী, অভিভাবক-অভিভাবিকা,আচাৰ্য্য-আচাৰ্য্যা সকলৰ লগত মিলি এক অনুষ্ঠানত দলটো মিলিত হৈ নিকেতনৰ সমুহ ছাত্ৰ-ছাত্ৰীক একোটাকৈ স্কুল বেগ,বহী সহ কিছু সামগ্ৰী বিতৰণ কৰে।পৰবৰ্ত্তী সময়ত দলটো ভূৰবন্ধা শংকৰদেৱ শিশু নিকেতনলৈ আহি নিকেতনৰ আচাৰ্য্যআচাৰ্য্যা আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মিলিতহৈ স্কুল সামগ্ৰী বিতৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Postpartum Care: सिर्फ बच्चे ही नहीं नई मां को भी होती है देखभाल की जरूरत, इन टिप्स की मदद से रखें अपना ख्याल
मां बनने के बाद (Postpartum Care) महिला के जीवन में सबकुछ बदल जाता है। इस दौरान उन्हें कई शारीरिक...
વડનગર સીવીલ ખાતે ઈનકવેશ ભરી લાશ ની પીએમ ની કરી પરોષેશ
વડનગર સીવીલ ખાતે ઈનકવેશ ભરી લાશ ની પીએમ ની કરી પરોષેશ
Bajaj Auto Q4 Poll | पिछले तिमाही से इस तिमाही तक कितना बदल चुका है ये Stock? | HDFC Bank Q4 Results
Bajaj Auto Q4 Poll | पिछले तिमाही से इस तिमाही तक कितना बदल चुका है ये Stock? | HDFC Bank Q4 Results
येळंबघाट येथे आर्टिगा कारचा भीषण अपघात; तिघे गंभीर जखमी@india report
येळंबघाट येथे आर्टिगा कारचा भीषण अपघात; तिघे गंभीर जखमी@india report