পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতি আৰু এন এছ ডি এলৰ ২৫ বৰ্ষ উপলক্ষে চ'লো স্কুল চ'লো অভিযান।জনজাতি শিক্ষা সমিতি আৰু এন এছ ডি এলৰ ২৫ বৰ্ষ উপলক্ষে চলো স্কুল চলো অভিযানলৈ মৰিগাঁৱত উপস্থিত হয়হি। ভূৰাগাঁও শংকৰদেৱ নিকেতনত উপস্থিত হৈ ভূৰাগাঁও নিকেতন খনৰ সমুহ ছাত্ৰ-ছাত্ৰী, অভিভাবক-অভিভাবিকা,আচাৰ্য্য-আচাৰ্য্যা সকলৰ লগত মিলি এক অনুষ্ঠানত দলটো মিলিত হৈ নিকেতনৰ সমুহ ছাত্ৰ-ছাত্ৰীক একোটাকৈ স্কুল বেগ,বহী সহ কিছু সামগ্ৰী বিতৰণ কৰে।পৰবৰ্ত্তী সময়ত দলটো ভূৰবন্ধা শংকৰদেৱ শিশু নিকেতনলৈ আহি নিকেতনৰ আচাৰ্য্যআচাৰ্য্যা আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মিলিতহৈ স্কুল সামগ্ৰী বিতৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अपना FASTag Account बंद करना चाहते हैं आप? बस करना होगा ये आसान काम
यदि आपके वाहन के खिलाफ कोई उल्लंघन या अपराध दर्ज किया जाता है तो कानून प्रवर्तन एजेंसियां आपके...
Birth anniversary of Ruchika Naresh Baba Ramdev observed in Sonari
Birth anniversary of Ruchika Naresh Baba Ramdev observed in Sonari
रामदेव सेवा संघ सोनारी के...
ধুলিজান ৰাজহুৱা খেলপথাৰত প্ৰথম বাৰ্ষিক আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা
ধুলিজান অমৰজ্যোতি যুৱক সংঘৰ উদ্যোগত আৰু ধুলিজানবাসী ৰাইজৰ সহযোগত ধুলিজান ৰাজহুৱা খেলপথাৰত...
बाइक ट्रैक्टर के भिड़ंत में महिला की मौत आजमगढ़
जनपद आजमगढ़ के जीयनपुर में,बाइक ट्रैक्टर के भिड़ंत में महिला की मौंत।मालूम होकि जनपद आजमगढ़ के...
मानसून ब्रेक के बाद जिला प्रशासन मिशन मोड में
मानसून ब्रेक के बाद जिला प्रशासन मिशन मोड में