শিৱসাগৰ নগৰৰ বিজি ৰোডত পথ নিৰ্মান দ্ৰুত গতিত কৰাৰ দাবীত শণিবাৰে শিৱসাগৰ জিলা ছাত্ৰসন্থাৰ পথ অৱৰোধ কাৰ্যসূচী শিৱসাগৰ নগৰৰ ভূৱন চন্দ্ৰ গগৈ পথত। দীৰ্ঘ দিনৰ পৰা বিধস্ত হৈ থকা নাজিৰা সংযোগীএই পথৰ কাৰণে জনসাধাৰণে দুৰ্ভোগ ভুগিব লগা হৈছে।ইয়াৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই এই পথ অৱৰোধ কাৰ্যসূচী হাতত লয়। প্ৰতিবাদ স্থলীত আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত ।লোক নিৰ্মান বিভাগ হায় হায় ধ্বনিৰে উত্তাল কৰি তোলে ছাত্ৰসন্থাৰ কৰ্মী সকলে। এই পথটো নিৰ্মানশৰ ঠিকা দুহেজাৰ বাইছ চনৰ পৰা আৰম্ভ হৈছে আৰু আজি পৰ্য্যন্ত এই পথটো নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই। এই সন্দৰ্ভত বিগত সময়ত জিলাআয়ুক্তক এখন দাৱী পত্ৰ প্ৰেৰণ কৰা হৈছিল যাতে তাৎক্ষণিক ভাৱে এই পথটো মেৰামতি কৰি জনসাধাৰণৰ যাতায়তৰ সুচল ব্যৱস্থা কৰিবৰ কাৰণে দাৱী জনোৱা হৈছিল। লোকনিৰ্মান বিভাগ আৰু অসম চৰকাৰক সকিঁয়াই দিয়ে যে জনসাধাৰণক লৈ তেওঁলোকে হেতালি খেলা বন্ধ কৰিব লাগে ।আৰু পথ নিৰ্মানৰ কাৰণে অধিগ্ৰহন কৰা ভুমিৰ ধন মুকলি কৰি নিদিয়াৰ কাৰণে বহুলোকে নিজৰ মাটি এৰি দিয়া নাই। গতিকেএই সকলো বিলাক বিষয় নিস্পত্তি কৰি পথ নিৰ্মানৰ কাম দ্ৰুত গতিত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰক।বাধ্য কৰাব লাগে ।নহ'লে লোকনিৰ্মান বিভাগৰ কাৰ্য্যালয়ত তলা বন্ধ কাৰ্য্যসুচী ৰূপায়ন কৰাৰ সঁকিয়নি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સહાય માટે રજૂઆત...
સહાય માટે રજૂઆત: ડીસામાં ગૌશાળા-પાંજરાપોળને 3 મહિનાની બાકી સહાય ચૂકવવા સચિવને પત્ર લખી માગ કરાઈ,...
গোলাঘাটত প্ৰশাসনিক বৈঠক
গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ...
गाली-गलौच करने से टोकने पर किया हमला, युवक से धक्का-मुक्की कर दुकान के गेट पर मारा डंडा, सीसीटीवी में आए नजर
दुकान के सामने बैठकर गाली-गलौच करने पर टोकने की बात को लेकर युवकों ने हंगामा कर दिया। युवकों ने...
কলিয়াবৰৰ কুঠৰীত দলং নিৰ্মাণত অনিয়ম
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কুঠৰীত লোকনিৰ্মাণ বিভাগৰ দলং নিৰ্মাণত অনিয়ম।কাৰ্বি আংলং বন...