ইছলাম ধৰ্মী লোক সকল পবিত্ৰ মাহ ৰমজান মাহ। সেই উপলক্ষে বিভিন্ন ঠাইত পালন কৰা হৈছে সমূহীয়া ইফটাৰ। আজি নলবাৰী জিলাৰ ডিপ্তা সুৰাদী মাহখৰীয়াৰ ২ নং জামে মছজিদত ৰাইজৰ সহযোগত আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ টিহু আঞ্চলিকৰ সভাপতি সম্পাদক আৰু স্হানীয় সংবাদকৰ্মীৰ উদ্যোগত সমূহীয়া ইফটাৰৰ আযোজন কৰা হৈছে। উক্ত সমূহীয়া ইফটাৰত দোৱা কৰে মৌলনা মুস্তাকিন আহমেদ নাজিৰিযে । উক্ত ইফটাৰত বিভিন্ন দল সংগঠন স্হায়ী ব্যৱসায় সন্হা লগতে ২ নং জামে মছজিদৰ সম্পাদক উপস্হিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কছাৰীতলত প্ৰধানমন্ত্ৰী আবাস গৃহৰ আধাৰশিলা স্থাপন ই এম দিগন্ত বৰুৱাৰ
কছাৰীতল VCDCৰ অন্তৰ্গত প্ৰায় ৩২ গৰাকী হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ...
ঔতলাত সাৰ্বজনীন গোষ্ঠাষ্টমী পূজা
বৃহত্তৰ ঔতলাৰ গৰখীয়া শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ সাৰ্বজনীন গোষ্ঠাষ্টমী পূজা বেঙ্গাবড়া গৰখীয়া...
પેટલાદમાં પોલીસ દ્વારા ફુટ પેટ્રોલિંગ કરાયું
પેટલાદ શહેરમાં બુધવારે સાંજે 6:00 વાગ્યાની આસપાસના સમયગાળામાં શહેર પોલીસ અને સુરક્ષા દળના જવાનો...
অপৰাধমূলক আইন সংস্কাৰ: বৃহৎ পৰিসৰৰ পৰিৱৰ্তনে সাধাৰণ নাগৰিকসকলক কেনেদৰে প্ৰভাৱিত কৰিব
শুকুৰবাৰে সংসদৰ মৌচুমী অধিৱেশনৰ শেষত এক আচৰিত ধৰণৰ টুইষ্টত কেন্দ্ৰই ভাৰতৰ অপৰাধমূলক ন্যায়...