শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজাবাৰী চাহ বাগিচাৰ নতুন মালিকীস্বত্ব হস্তান্তৰৰ সভা শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয । শিৱসাগৰ জিলাৰ উপায়ুক্তৰ লগতে সহকাৰী শ্ৰম আয়ুক্তৰ মধ্যষ্ঠতাত অসম চাহ কৰ্মচাৰী ৰ সংঘ, অসম চাহ মজদুৰ সংঘ আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ উপস্থিতিত অসম চাহ নিগমৰ ৰজাবাৰী চাহ বাগিচাৰ নতুন মালিকীস্বত্ব হস্তান্তৰৰ সভাত শ্ৰমিক কৰ্মচাৰীৰ নিয়মীয়া বেতন , ঘৰ, খোৱাপানী,আৰু অন্যান্য প্ৰাপ্য সুবিধাৰ সন্দৰ্ভত আলোচনা কৰা হয়। ৰজাবাৰী চাহবাগিচাৰ নতুন স্বত্ত্বাধিকাৰী মিঃ ডি কুকুৰাছোৱাই এইখিনি শ্ৰীঘ্ৰে ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वास्थ्य जाँच शिविर का हुआ आयोजन.
अलीगढ़. कस्बे के पीएम श्री महात्मा गांधी राजकीय विद्यालय अलीगढ़ में विभागीय निर्देशानुसार...
કડીના નાનીકડી વિસ્તારમાં ટ્યુશન ક્લાસીસ બહાર ધો. 4ની છાત્રાના અપહરણનો પ્રયાસ
કડીના નાનીકડી વિસ્તારમાં રહેતા પરિવારની ધોરણ 4 માં અભ્યાસ કરતી કિશોરી ટ્યુશન પુરૂ થતાં ક્લાસીસની...
कार-पिकअप में भिड़ंत, पिता-पुत्र समेत 3 की मौत:12 साल का बच्चा और ड्राइवर घायल, गाड़ी में बुरी तरह फंसे शव
श्रीगंगानगर में शनिवार सुबह 7 बजे कार-पिकअप की आमने-सामने भिड़ंत में एक ही परिवार के 3 लोगों की...
મહુધા વિધાનસભા ની 2022 મા રેકોર્ડ બ્રેક
મહુધા માં સંજયસિંહ મહિડા નો એતેહસિક વિજય ગુજરાત વિધાનસભા ના ઇલેક્સન માં ભાજપે કોંગ્રેસ નો 40 થી...
બનાસકાંઠા જિલ્લાના રેવન્યુ વિભાગમાં આઉટસોર્સિંગ કર્મચારીઓએ પડતર માંગણીઓને લઇને સરકાર સામે બાંયો ચડાવી
બનાસકાંઠામાં રેવન્યુ વિભાગમાં આઉટસોર્સિંગ થી કામ કરતા કર્મચારીઓ દ્વારા સમાન કામ સમાન વેતનને લઈ...