ভাৰতীয় এথলেটিকৰ Theme song হিচাপে নিৰ্বাচিত নীলোৎপল বৰাৰ 'ক্যা খেলা ৰে চাব্বাছ' শীৰ্ষক গীতটি । কমনৱেলথ গেমছ ২০২২ ত ব্যৱহাৰ কৰা হৈছে গীতটি। নিলোৎপল বৰাৰ এই গীতটো নেটফ্লিকছৰ যাদুগৰ নামৰ চিৰিজ খনত আছে।
ভাৰতীয় এথলেটিকৰ থীম চং হিচাপে নিৰ্বাচিত নীলোৎপল বৰাই নিৰ্মাণ কৰা 'ক্যা খেলা ৰে চাব্বাছ' শীৰ্ষক গীতটি
![](https://i.ytimg.com/vi/4HiEZwuCwuM/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)