দিনক দিনে বৃদ্ধি পাইছে মৰাণত গাড়ী চুৰিৰ ঘটনা। এইবাৰ চুৰে চুৰি কৰিনিলে টিংখাঙ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ বলেৰ' গাড়ী। মৰাণৰ লাচিত নগৰৰ ভাড়াঘৰৰ পৰা ৰাতি চুৰে বৰষুণৰ সুযোগ বুজি গেটৰ লক ভাঙি চুৰি কৰি নিয়ে টিংখাঙ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ কলিতাৰ চৰকাৰী বলেৰ' গাড়ীখন। বলেৰ' গাড়ীখনৰ নম্বৰ AS 06 Y 6068 । চুৰি ঘটনাৰ সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল চক্ৰ বিষয়া গৰাকীৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tamil Nadu Chief Minister MK Stalin met Prime Minister Narendra Modi in Delhi.
December 19, 2023
Tamil Nadu Chief Minister MK Stalin met Prime Minister Narendra Modi in Delhi....
ઉનાના અહેમદપુર માંડવી બીચને વિકસાવાશે
સામાજિક અગ્રણી રફીકભાઈ સુમરાની રજુઆત બાદ ગાંધીનગર અને દિલ્હીના અધિકારીએ બીચની મુલાકાત લઈ આપ્યા હકારાત્મક સંકેત
ઉના તાલુકાના નાળિયા માંડવી ગામ નજીક આવેલ અહેમદપુર માંડવી બીચ નહીં બ્લુ ફ્લેગ બીચ ઈન્ટરનેશનલ લેવલ...
ধেমাজি আমোলগুৰীত জিলা ক্ৰীড়া সন্থাৰ নিৰ্দেশ মৰ্মে বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সন্থা গঠন
ধেমাজি আমোলগুৰীত জিলা ক্ৰীড়া সন্থাৰ নিৰ্দেশ মৰ্মে বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সন্থা গঠন সম্পন্ন...