নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্নকামদেৱৰ বৰলীয়া নৈৰ পানী জুৱলিত আজি পূৱাই এজনী শিক্ষয়িত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷শিক্ষয়িত্ৰী গৰাকী লহকৰপাৰা(পূৰ্নদৈচপৰা)মুনু লহকৰ(৪৮) বুলি জানিব পৰা গৈছে৷কামৰূপ জিলাৰ বাৰাংহাটীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰা লহকৰে আত্মহত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷অবেশ্যই আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সামাজিক মাধ্যমত মন্তব্য প্ৰদান কৰি কাৰাবন্দী হৈছিল আমগুৰিৰ বিতুপন চাংমাই
৯৩ দিনে কাৰাবন্দী হৈ থকা আমগুৰিৰ চামগুৰিৰ বালিপথাৰৰ যুৱক বিতুপন চাংমাই মুক্তি লাভ কৰি উপস্থিত হৈ...
Shambhuraj Desai Oath:मंत्री झाल्यानंतर शंभूराजेंची पहिली प्रतिक्रिया |Maharashtra Cabinet Expansion
Shambhuraj Desai Oath:मंत्री झाल्यानंतर शंभूराजेंची पहिली प्रतिक्रिया |Maharashtra Cabinet Expansion
Uttarakhand से लेकर Kashmir पर शुरू हुआ बर्फबारी का दौर, मैदानी इलाकों में बढ़ी ठंड | Aaj tak News
Uttarakhand से लेकर Kashmir पर शुरू हुआ बर्फबारी का दौर, मैदानी इलाकों में बढ़ी ठंड | Aaj tak News
વિડિઓ વાઇરલ-અમદાવાદ શહેર રાંધવાના ગેસમાં ચોરી કરતા ડીલેવરી બોય દ્વારા જનતાએ કયો વિડીયો વાયરલ.
વિડિઓ વાઇરલ-અમદાવાદ શહેર રાંધવાના ગેસમાં ચોરી કરતા ડીલેવરી બોય દ્વારા જનતાએ કયો વિડીયો વાયરલ.
Manipur पर संसद में विपक्ष और सरकार के बीच तकरार, धनखड़ बोले- सदन में मौजूद रहने का PM को नहीं दे सकते निर्देश
नई दिल्ली, मणिपुर मुद्दे (Manipur Violence) पर संसद के दोनों...