নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ভৰালঁটোলাৰ বৰলীয়া নৈৰ ওপৰত থকা এখন বাহৰ জৰাজীৰ্ণ দলংৰ পৰা পৰি এজন যুৱক নিহত হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে আজি দুপৰীয়াৰ ভাগত কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বৰপূল্লা গাৱঁৰ মহিধৰ শইকীয়া(৪৮)ই ব্যক্তিগত কামত ভৰালঁটোলালৈ যোৱা অৱস্থাত উক্ত জৰাজীৰ্ণ দলংখনৰ পৰা নৈৰ পানীত পৰি তেওঁৰ মৃত্যু হয়৷লগেলগে স্থানীয় ৰাইজে পানীত নামি তেওঁৰ বিচাৰখোচাৰ কৰি উদ্ধাৰ কৰে যদিও যুৱকজনৰ মৃত অৱস্থাত পোৱা যায়৷মনকৰিবলগীয়া যে বিগত চাৰি বছৰে ধৰি উক্ত বাহৰ দলংখনৰ ওচৰৰে এখন পকী দলং নিৰ্মাণ কৰি আছেে যদিও ঠিকাদাৰৰ লেহেমীয়া গতিৰ বাবে আজিও দলংখন সম্পূৰ্ণ কৰিব পৰা নাই৷যাৰফলত পথচাৰীয়ে উক্ত জৰাজীৰ্ণ বাহৰ দলংৰে অহাযোৱা কৰিব লগা হৈছে৷ইতিমধ্যে যুৱকজনৰ মৃতদেহ ঘগ্ৰাপাৰ আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷জানিব পৰামতে মৃত যুৱকজনে পত্নী সহ চাৰি পুত্ৰক ইহসংসাৰত এৰি যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহাত উল্লহ মালহেৰে পালন ৭৭সংখ্যক স্বাধীনতা দিৱস।
মাৰবাৰী যুব মঞ্চ ৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত।
ৰহা আঞ্চলিক শ্ৰমিক উন্নয়ন সমিতিৰ পতাকা উওোলন।
সমস্ত ৰাজ্যৰ লগতে ৰহা চাপৰমুখ অঞ্চলতো আজি ৭৭সংখ্যক স্বাধীনতা দিৱস উল্লহ মালহেৰে পালন কৰা...
6 Science Backed Ways to Improve Gut Health | Reset Your Digestion | Yatinder Singh
6 Science Backed Ways to Improve Gut Health | Reset Your Digestion | Yatinder Singh
ভীমবৰ দেউৰীৰ স্মৃতিচাৰণ সভা সম্পন্ন
মুক্তি যুদ্ধা তথা জননেতা ৰূপে খ্যাত ভীমবৰ দেউৰীৰ ৭৫ সংখ্যক মৃত্যু তিথি উপলক্ষে চৰাইদেউ জিলা...
Maharashtra Politics: Shivsena की किस्मत का फैसला करेंगे विधानसभा स्पीकर, आज होगा बड़ा फेरबदल ?
Maharashtra Politics: Shivsena की किस्मत का फैसला करेंगे विधानसभा स्पीकर, आज होगा बड़ा फेरबदल ?