ছিপাঝাৰৰ বুঢ়ীনগৰ গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাৰক শাখা।সেনাপতিপাৰা আদৰ্শ গাঁও নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত।২০১৯চনতে ৫০লাখ টকাৰে সেনাপতিপাৰা গাঁওত চলি থকা আদৰ্শ গাঁওৰ কেইবাটাও কাম-কাজত দুৰ্নীতিৰ অভিযোগ ।স্হানীয় যুৱক ৰাজীৱ নাথে তথ্য জনাৰ আইনৰ অধীনত তথ্য গোটাই লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাৰক শাখাত কৰিছিল আৱেদন ।আজি দুৰ্নীতি নিৰ্বাৰক শাখাই সেনাপতিপাৰা আদৰ্শ গাঁও ত নিৰ্মাণ হৈ থকা কাম-কাজসমূহ নীৰিক্ষণ কৰে।কাম-কাজ সমূহ নীৰিক্ষণ কৰি অসন্তুষ্টি প্ৰকাশ কৰে দুৰ্নীতি নিৰ্বাৰক শাখাই।তদন্তকাৰী দলটো তদন্ত কৰি থকা সময়তে আৱেদন কৰা যুৱক ৰাজীৱ নাথ ক মাৰিবলৈ উদ্যত হয় পঞ্চায়ত সভানেত্ৰীৰ স্বামী হৰেকৃষ্ণ ডেকাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેવગઢબારિયા તાલુકા પંથકમાં ધીમીધારે વરસાદી માહોલ જોવા મળી રહ્યો છે
દેવગઢબારિયા તાલુકા પંથકમાં ધીમીધારે વરસાદી માહોલ જોવા મળી રહ્યો છે
Mission Raniganj की स्क्रीनिंग में अक्षय कुमार संग पहुंचीं ट्विंकल खन्ना और सासू मां डिंपल कपाड़िया
Mission Raniganj की स्क्रीनिंग में अक्षय कुमार संग पहुंचीं ट्विंकल खन्ना और सासू मां डिंपल कपाड़िया
રાધનપુર શહેર નાં એસટી બસ ડેપો દ્વારા વ્યવસ્થા ભાગરૂપે 29 રૂટ માટે 28 બસ ચુંટણી અધિકારી ને ફાળવવામાં આવી..
પાટણરાધનપુર
રાધનપુર: શહેર નાં એસટી ડેપો દ્વારા 29 રૂટ માટે 28 બસ ચુંટણી અધિકારી ને ફાળવવામાં આવી...
बावड़ी खेड़ा से जोगणिया माता रानी के पैदल यात्रियों का जत्था रवाना, जगह जगह हुआ स्वागत।
नमाना क्षेत्र में नवरात्रा स्थापना के साथ ही पैदल यात्री माता के दरबार में दर्शनों को जाना हुआ...