মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ হেৰইন জব্দ।

Sponsored

स्वामी विवेकानंद सीनियर सेकण्डरी स्कूल बूंदी (राजस्थान)

प्रवेश प्रारंभ | लगातार 37 वर्षों से सर्वश्रेष्ठ परिणाम देने वाली ज़िले की अग्रणी संस्था | कक्षा नर्सरी से 12 वीं तक | संकाय : कला, विज्ञान, वाणिज्य, कृषि

বৰঙাবাৰীৰ নতুন চাৰিআলীৰ পৰা ৰাজুকুল ইছলাম নামৰ সৰবৰাহকাৰীটোক আটক।

ধিং মৈৰাধ্বজৰ সৰ্বৰাহকাৰীটোৱে AS21A8565 নম্বৰ মটৰ চাইকেলৰে কঢ়িয়াই আনিছিল ড্ৰাগছ খিনি।