সোণাৰিত বৃদ্ধি পাইছে সোপাধৰাৰ আতংক। ইয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰে নিশা সোণাৰিৰ জৱকা বাগিচাত সোপাধৰাৰ সন্দেহত এজনক আটক কৰিলে স্থানীয় ৰাইজে। গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে সন্দেহজনক লোক জনক ধৰি গতাই দিয়ে সোণাৰি আৰক্ষীক। নিশা সন্দেহ জনক ভাৱে ঘূৰি ফুৰা লোকজনৰ দেহত তেজৰ চেকুৰা লাগি থকাক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। সমগ্ৰ ৰাজ্যতে সোপাধৰাৰ আতংকই আতংকিত কৰাৰ সময়তে সোণাৰিৰ জবকা অঞ্চলত অচিনাক্ত লোক ধৰা পৰাত নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় লোকসকল। ইফালে সোপাধৰাৰ সন্দেহত কোনো উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ সকলোকে আহ্বান চৰাইদেউ আৰক্ষীৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজি অসমবাসী সকলৰ লগতে মৰাণ স্থিত J..D. Health Care Centre(ভিগেন ইণ্ডিয়াত )বিশ্ব কৰ্মা পূজা অনুস্থিত হয়
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত অৱস্থিত...
Amity University Bengaluru to Host International Pharma Conference on March 7-8, 2025
Amity University Bengaluru, in collaboration with the Pharmacy Council of India (PCI) is set to...
ગોઠડા ખાતે 11 મી ડિસમ્બરે સંદલ શરીફ 12મીએ ઉર્ષ શરીફ યોજવામા આવ્યું.
ગોઠડા ખાતે 11 મી ડિસમ્બરે સંદલ શરીફ 12મીએ ઉર્ષ શરીફ યોજવામા આવ્યું.
PM Modi's Oath Ceremony: मोदी सरकार 3.0 की तैयारियां शुरू, 8 जून को Modi ले सकते हैं PM की शपथ
PM Modi's Oath Ceremony: मोदी सरकार 3.0 की तैयारियां शुरू, 8 जून को Modi ले सकते हैं PM की शपथ